পুনৰ বিজেপি নেতাৰ গুণ্ডাগিৰী

83

ধিঙৰ বালিসত্ৰ অৰ্ধসাপ্তাহিক বজাৰত বিজেপি নেতাৰ গুণ্ডাগিৰি।

বজাৰ বহাৰ বাবদ জিলা বিজেপিৰ বিষয়ববীয়াক দিব লাগে গুণ্ডা কৰ।


খোদ বিজেপিৰ তৃণমূল কৰ্মীয়ে আনিছে এই অভিযোগ।

বজাৰৰ নিবিদাক লৈও বিজেপি নেতাৰ বিৰুদ্ধে তৃণমূল কৰ্মীৰ ভয়ংকৰ অভিযোগ।

বিজেপি নেতাৰ সৈতে আছে কংগ্ৰেছ কৰ্মীৰ গোপন বুজাবুজি।

উভয়ে মিলি পৰিচালনা কৰে বজাৰ।