পুনৰ বন্য হস্তীৰ উপদ্ৰৱ

72

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছে বন্যপ্ৰাণী, ভাৰত-ভূটান সীমান্তত দিনে-নিশাই উপদ্ৰৱ বন্যহস্তীৰ।ভাৰত-ভূটান সীমান্তৰ ভেৰগাঁৱৰ ৰজাগড়ত দিন- দুপৰতে বন্যহস্তীয়ে বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা ভয়াবহ দৃশ্য।সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে কেনেকৈ এটা পোহনীয়া কুকুৰৰ ফালে চোঁচা লৈছে এটা প্ৰকাণ্ড গজৰাজে ।বন্যহস্তীৰ উপদ্ৰৱৰ বাবে দিশহাৰা হৈ পৰিছে ভূটান সীমান্তবাসী ৰাইজ ।