নগাঁৱৰ চামগুৰিৰ হাঁহচৰা-বৰালিগাঁৱত পুঁৱতিনিশা বন্যহস্তীৰ চুড়ান্ত উপদ্ৰৱ।নিশাটোৰ ভিতৰতে তিনিজনীয়া বন্যহস্তীয়ে লণ্ড-ভণ্ড কৰিলে তিনিটাকৈ পৰিয়ালৰ বাসগৃহ।বন্যহস্তীৰ উপদ্ৰৱত ক্ষতিগস্থ হেমন্ত দাস, মুকুল ঠাকুৰীয়া আৰু ৰঞ্জিত দাসৰ বাসগৃহ।গাঁওখনত নিশা হ’লেই উপদ্ৰৱ চলাই দিনৰভাগত সমীপৰে এখন হাবিত অৱস্থান গ্ৰহন কৰা এই বন্যহস্তীৰ জাকটোৱে।কেৱলমাত্ৰ আতচবাজী ফুটাই হাতী খেদোৱাত অপাৰগ বনবিভাগ, গুৰুত্ব নাই শালনা আঞ্চলিক বনবিষয়াৰ।
Latest article
১৩ এপ্ৰিলত ৰাজস্থান ৰয়েলছৰে মুখামুখি আৰচিবি
ৰাজস্থান ৰয়েলছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰচিবি)য়ে দেওবাৰে ইয়াত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ খেলখনত জয়ৰ পথলৈ উভতি আহিবলৈ চেষ্টাৰে অবতীৰ্ণ হোৱাত প্ৰাৰম্ভিক...
২০৩১ৰ এছিয়ান কাপ আয়োজনৰ ইচ্ছা প্ৰকাশ অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ
অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে (এআইএফএফ) শুকুৰবাৰে কয় যে তেওঁলোকে শীৰ্ষ স্তৰৰ ফুটবল প্ৰতিযোগিতা এএফচি এছিয়ান কাপ ২০৩১ আয়োজন কৰিবলৈ আগ্ৰহৰ অভিব্যক্তি দাখিল কৰিছে।সাতখন দেশৰ...
মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰিলে ৬৭.৭৭ কোটি টকীয়া সামুদ্ৰিক শিক্ষা প্ৰকল্পৰ, কেন্দ্ৰীয় চৰকাৰৰ আধুনিকীকৰণৰ...
কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে ভাৰতীয় সামুদ্ৰিক বিশ্ববিদ্যালয় (আইএমইউ) কোচি চৌহদত ছাত্ৰীৰ ছাত্ৰাবাসৰ আধাৰশিলা স্থাপন কৰে আৰু আন ৬টা...