পুনৰ বন্যহস্তীৰ আক্ৰমণ

80

নুমলীগড়ত বন্যহস্তীৰ আক্ৰমণত আহত ৰশ্মি ৰাজোৱাৰ নামৰ এগৰাকী কিশোৰী। মূৰ, হাত, ভৰিত গুৰুতৰভাৱে আঘাত পাইছে কিশোৰীগৰাকীয়ে। নিশা ঘৰৰ পৰা ওলাই যোৱা অৱস্থাত কিশোৰীগৰাকীক আক্ৰমণ বন্যহস্তীৰ। সম্প্ৰতি JMCHত জীৱন-মৃত্যুৰে যুঁজি আছে কিশোৰীগৰাকীয়ে। মৰঙিৰ গৰঙা অঞ্চলত এই ঘটনা। বৰ্তমানেও বন্যহস্তীৰ এটা জাকে বিচৰণ কৰি আছে মৰঙি অঞ্চলত।