পুনৰ পানী এৰিলে নীপকোৱে

333

পুনৰ পানী এৰিলে নীপকোৱে। দুয়োখন গেটেৰে পানী এৰাৰ কথা সদৰী নীপকো কৰ্তৃপক্ষৰ। পুৱা ১০.৩০ বজাতে পানী এৰিছে নীপকোৱে। ইতিমধ্যে বিপদসীমা অতিক্ৰম নীপকো জলবিদ্যুৎ প্ৰকল্পত পানীৰ পৰিমাণ। দৈয়াং নৈপৰীয়া ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান।