পুনৰ দেশত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা

82

পুনৰ দেশত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। পুৱতি নিশা ঝাৰখণ্ডৰ টাটানগৰৰ সমীপত সংঘটিত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। হাওৰাৰ পৰা মুম্বাইলৈ যোৱা ১২৮১০ হাওৰা-CSMT মেইলৰ ১০টাকৈ ডবা লাইনচ্যুত। এই দুৰ্ঘটনাত এতিয়ালৈকে এজন লোকৰ মৃত্যু হোৱা বুলি খবৰ লাভ কৰা হৈছে। আনহাতে ২০গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ লাভ কৰা গৈছে। পুৱতি নিশা প্ৰায় ৩.৪৫ বজাত দুৰ্ঘটনাগ্ৰস্ত ৰে’লখন।