পুনৰ চন্দ্ৰত অভিযান চলাবলৈ প্ৰস্তুতি আৰম্ভ ইছৰোৰ

68

চন্দ্ৰযান-3 অভিযানৰ পিছত চতুৰ্থবাৰৰ বাবে চন্দ্ৰত অভিযান চলাবলৈ প্ৰস্তুতি আৰম্ভ ইছৰোৰ ।ভাৰতৰ চন্দ্ৰযানে পুনৰ চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত অৱতৰণ কৰিব ।

ইয়াৰ অৰ্থ হ’ল চতুৰ্থবাৰৰ বাবে চন্দ্ৰত অভিযান চলিব ।ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে কয় যে 2027 চনত চন্দ্ৰযান 4 অভিযান আৰম্ভ কৰা হ’ব ।

ইয়াৰ উপৰিও 2026 চনত গগনযান আৰু সমুদ্ৰায়ণ অভিযান আৰম্ভ হ’ব বুলি আশা কৰা হৈছে ।

কেৱল সেয়াই নহয়, ইয়াৰ পৰা নমুনা সংগ্ৰহ কৰি অধিক পৰীক্ষা-নিৰীক্ষা চলোৱা হ’ব ।”