পুনৰ গৰজি উঠিল অসম আৰক্ষী

105

পুৱতি নিশা গৰজি উঠিল অসম আৰক্ষীৰ আগ্নেয়াস্ত্ৰই । আৰক্ষীয়ে গুলী চলায় চুৰিৰ অভিযোগত অভিযুক্ত এজন ব্যক্তিলৈ । দিব্যজ্যোতি শইকীয়া নামৰ অভিযুক্তটোলৈ উদ্দেশ্যি আৰক্ষীয়ে গুলীচালনা কৰে ।মহানগৰীৰ যোৰাবাটত বশিষ্ঠ আৰক্ষীয়ে গুলী চলায় চুৰিৰ অভিযোগত অভিযুক্ত এজন ব্যক্তিলৈ । দিব্যজ্যোতি শইকীয়া নামৰ অভিযুক্তটোলৈ উদ্দেশ্যি বশিষ্ঠ আৰক্ষীয়ে গুলীচালনা কৰে । আৰক্ষীৰ গুলীত আহত হয় চোৰটো ।