পুনৰ গেলেকী অঞ্চলৰ পৰা চুৰি হৈছে বাহন

308

পুনৰ গেলেকী অঞ্চলৰ পৰা চুৰি হৈছে বাহন ।

এইবাৰ এখন পালচাৰ বাইক চুৰ হৈছে ।

লক্ষ্মীজান বাগিছাৰ আদপুৰীয়া চেঙেলীলুৰত সংঘটিত হৈছে এই চুৰি কাণ্ড ।

এঘৰৰ বাৰান্দাৰ পৰা চুৰ কৰি নিয়া হৈছে এখন পালচাৰ বাইক ।

বাইক খনৰ নম্বৰ হৈছে AS 04 Z 4940 ।

লক্ষী চাচনী নামৰ লোকজনৰ পালচাৰ বাইকখন চোৰে লৈ উধাও হৈছে ।

ইতিমধ্যে ভুক্তভোগীয়ে গেলেকী থানাত এজাহাৰ দাখিল কৰিছে।