পুনৰ উৎকোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়াই

168

পুনৰ উৎকোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়াই৷ উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ ICDC প্ৰজেক্টৰ কনিষ্ঠ সহায়ক৷ দুৰ্নীতি নিবাৰকৰ জালত কনিষ্ঠ সহায়ক জ্যোতিৰ্ময় বৰুৱা৷ তামুলপুৰৰ নাগ্ৰিজুলিৰ ICDC প্ৰজেক্টৰ কনিষ্ঠ সহায়ক জ্যোতিৰ্ময়৷ অংগনবাড়ী কৰ্মী নিযুক্তি সংক্ৰান্তত ঘোচ লৈছিল জ্যোতিৰ্ময় বৰুৱাই৷