পুনৰ উত্তপ্ত জম্মু কাশ্মীৰ

67

পুনৰ উত্তপ্ত জম্মু কাশ্মীৰ।

জম্মু কাশ্মীৰৰ কুপৱাৰা জিলাত শনিবাৰে পাকিস্তানৰ সীমান্ত একচন টিম(BAT)ৰ সৈতে সংঘৰ্ষ ভাৰতীয় সেনাৰ।

জম্মু কাশ্মীৰত হোৱা সংঘৰ্ষত শ্বহীদ ১ জন ভাৰতীয় সেনা জোৱান, আহত আন ৪ জন।

পাকিস্তানৰ সীমান্ত একচন টিমৰ সৈতে সংঘৰ্ষত নিহত হয় এটা পাকিস্তানী সন্ত্ৰাসবাদী।