পিৰামল ফাৰ্মা’ৰ ‘আই-ফিল জেণ্টেল ইণ্টিমেট ৱাছ’

77

পিৰামল ফাৰ্মা লিমিটেডৰ উপভোক্তা সামগ্ৰী বিভাগে ‘আই-ফিল জেণ্টেল ইণ্টিমেট ৱাছ’ আৰম্ভ কৰাৰ সৈতে ফেমনিন ইণ্টিমেট কেয়াৰ শ্ৰেণীত প্ৰৱেশ কৰাৰ কথা ঘোষণা কৰে। পিৰামলৰ ‘আই-ফিল’ মৃদু ইণ্টিমেট ৱাছ এগৰাকী মহিলাৰ অন্তৰঙ্গ অঞ্চলৰ বাবে মৃদু আৰু সুৰক্ষিত। ই নিম, তুলসী আৰু চাহ গছৰ তেলেৰে সমৃদ্ধ যিয়ে সংক্ৰমণ আৰু জ্বালন আঁতৰাই ৰাখে। সামগ্ৰীটো প্ৰথমতে পশ্চিম বংগৰ বজাৰত আৰু সকলো আগশাৰীৰ ই-কমাৰ্চ প্লেটফৰ্মত উপলব্ধ হ’ব। কোম্পানীটোৱে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ প্ৰতিষ্ঠিত অভিনেত্ৰী য়ামি গৌতমৰ সৈতে ‘আই-ফিল’ৰ ব্ৰেণ্ড এম্বাছেডৰ হিচাপে ইয়াৰ সম্পৰ্ক ঘোষণা কৰিছে।