পিতৃ হল ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া

93

ষ্টাফৰিপৰ্টাৰ, পিতৃ হল ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া।
হাৰ্দিক পাণ্ডিয়াৰ পত্নী নাটাছাই বৃহস্পতিবাৰে এটি পুত্ৰ সন্তান জন্ম দিলে। ছচিয়েল মিডিয়াত কোটি কোটি অনুৰাগীয়ে এই খবৰ লাভ কৰি অভিনন্দন জনাইছে ভাৰতীয় ক্ৰিকেটাৰ গৰাকীক।