ষ্টাফৰিপৰ্টাৰ, ৰঙা চীনে এতিয়া কিছু থমকি ৰৈছে।
লাডাখ সীমান্তৰ ১.৫ কিলোমিটাৰ নিলগলৈ পিছুৱাই গ’ল চীনা সৈন্য। উল্লেখ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে লেহ লডাখৰ দুৰ্গম সীমান্তলৈ গৈ ভাৰতীয় সৈন্যক সাহস দি আহিছিল।