পানীত পৰি মৃত্যু এটি কণমানি

347

পানীত পৰি মৃত্যু এটি কণমানি ।
বিহপুৰীয়াৰ ভলুকাগুৰিত সংঘটিত হয় এই কৰুণ ঘটনা ৷
উল্লেখযোগ্য যে ভলুকাগুৰি গাৱৰ মাজেৰে বৈ যোৱা সোৱণশিৰী সুতিৰ পাৰত খেলি থকা অৱস্থাত পানী পৰি যায় এটি কণমানি শিশু ।
জানিব পৰা মতে লখিমপুৰ জিলাৰ
জেঙেৰাই শিঙিমাৰি গাঁৱৰ পবিত্ৰ পেগু আৰু মাতৃ
কবিতা পেগু কন্যা মেগনা পেগু নামৰ ২ বছৰীয়া শিশুটি
বত্তমানো উদ্বাৰ হোৱা নাই ৷
শিশুটিক উদ্বাৰৰ বাবে SDRF বাহিনীয়ে অভিযান চলাই আছে যদিও শিশুটিক উদ্বাৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ এই ঘটনা পাছত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।