পাঠান চিনেমা চাবলৈ ১২০ টা টিকট কটাৰ বাবেই গ্ৰেপ্তাৰ এজন যুৱক

163

মঙ্গলদৈৰ ধুলা থানাত আবদ্ধ মফিদুল ইছলাম নামৰ এজন যুৱক।

পাঠান বিতৰ্ক চলি থকা সময়তে বন্ধুৰ সতে চিনেমা খন চাবলৈ যুৱক জনে কাটিছিল 120 টা টিকট।

মফিদুলে 120 টা টিকট সংগ্ৰহ কৰি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল।

বৰ্তমান ধূলা থানাত আবদ্ধ যুৱক জন।

11 বজাৰ পৰা আৰম্ভ হোৱা মঙ্গলদৈৰ ড্ৰিম থিয়েটাৰ হলত পাঠান চিনেমা চাবলৈ নাপালে মফিদুলে।

কিয় আবদ্ধ কৰি ৰাখিছে মফিদুলক এতিয়াও জানিব পৰা নাই।