পাঠশালাৰ কেন্দুগুৰীত অতি মৰ্মান্তিক ঘটনা সংঘটিত হৈছে।
ঘৰৰ ভিতৰত খেলি থাকোঁতে নিৰ্মিয়মান টয়লেটৰ টেঙ্কিত পৰি এটি শিশুৰ মৃত্যু ।ততাতৈয়াকৈ পাঠশালা চৰকাৰী চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে শিশুটোক । মৃত শিশুটিৰ নাম কাব্যম পাটগিৰি বুলি জানিব পৰা গৈছে।
