পাকিস্তানৰ পতাকা নিজৰ ফেচবুকত পোষ্ট কৰাৰ বাবেই গ্ৰেপ্তাৰ যুৱক…

230

উত্তৰ প্ৰদেশৰ বুদৌন জিলাত পাকিস্তানৰ পতাকাৰ ছবি নিজৰ ফেচবুক একাউণ্টত পোষ্ট কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে এজন ৩৫ বছৰীয়া যুৱক।

তেওঁৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে।

কিন্তু লোকজনে আৰক্ষীক জনোৱা মতে, তেওঁৰ পুত্ৰই অজানিতে ছবিখন ফেচবুকত আপলোড কৰিছিল।

তেওঁ আৰু আৰক্ষীক কয় যে ছবিখন সঠিক নহয় বুলি উপলব্ধি কৰাৰ পিছত তেওঁ ছবিখন ডিলিট কৰিছিল।