A woman is consoled after her husband died due to the coronavirus disease (COVID-19) outside a mortuary of a COVID-19 hospital in Ahmedabad, India, April 15, 2021. REUTERS/Amit Dave
পশ্চিম বংগৰ ঘটনাই এতিয়া সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমত ব্যাপক প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। বুধবাৰৰ দিনা চাপৰ বিজেপিৰ টাউন মণ্ডলৰ কৰ্মীয়ে পশ্চিম বংগত সংঘটিত ৰাজনৈতিক হিংসাত্মক ঘটনাৰ প্ৰতিবাদত চাপৰ টাউন মণ্ডল কাৰ্যালয়ত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷
পশ্চিম বঙ্গত তৃৰ্ণমুল কৰ্মীয়ে বিজেপি কৰ্মীক আক্ৰমণ কৰাৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰে বিজেপি কৰ্মীসকলে৷ বিজেপি কৰ্মী সকলে পশ্চিমবঙ্গত ৰাষ্ট্ৰপতি শাসনৰ পোষকতা কৰি দাবী জনায় সন্মানীয় ভাৰতৰ ৰাষ্ট্ৰপতিলৈ৷
