নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি দিনৰ ১ বজালৈকে ২১ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত ত্ৰিপুৰা আৰু পশ্চিমবংগত ভোটদানৰ হাৰে অতিক্ৰম কৰিলে ৫০ শতাংশৰ ঘৰ। ত্ৰিপুৰাত ১ বজালৈকে মুঠ ৫৩.০৪ শতাংশ আৰু পশ্চিমবংগত ৫০.৯৬ শতাংশ ভোটাধিকাৰ সাব্যস্ত হৈছে।