পশ্চিমবংগত দুৰ্ঘটনাত পতিত কাঞ্চনজংঘা এক্সপ্ৰেছ৷
কাঞ্চনজংঘা এক্সপ্ৰেছত মালবাহী ৰে’লৰ প্ৰচণ্ড খুন্দা৷
দুৰ্ঘটনাটোত ১৫জনৰ মৃত্যুৰ খবৰ, আহত প্ৰায় ৬০জন৷
সংঘৰ্ষৰ ফলত লাইনচ্যুত হৈ পৰে কেইবাটাও দবা৷
ঘটনাস্থলী পৰিদৰ্শন কৰে দাৰ্জিলিঙৰ সাংসদ ৰাজু বিষ্টাৰে৷