পদ্মশ্ৰী ইমৰান শ্বাহক লক্ষ্মীনাথ বেজবৰুৱাৰ বঁটা প্ৰদান

468

পদ্মশ্ৰী ইমৰান শ্বাহক লক্ষ্মীনাথ বেজবৰুৱাৰ বঁটা প্ৰদান
শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শিৱসাগৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ ওপজা দিন উদযাপন কৰে ।
সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ওপজা দিনতে শিৱসাগৰৰ সু সাহিত্যিক অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা কথা শিল্পী পদ্মশ্ৰী বঁটা প্ৰাপক ইমৰান শ্বাহ দেৱক লক্ষ্মীনাথ বেজবৰুৱা বঁটা প্ৰদান কৰে | অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সহ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ লগতে শিৱসাগৰ জিলা খনৰ বহুসংখ্যক বিশিষ্ট নাগৰিক উপস্থিত থাকে |