পদত্যাগৰ সম্ভাৱনা গোকুল বৰ্মনৰ

71

কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ পৰা পদত্যাগৰ সম্ভাৱনা গোকুল বৰ্মনৰ।

আজি বিভাগীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ওচৰত পদত্যাগ কৰাৰ সম্ভাৱনা।

দুপৰীয়া ১ বজাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সৈতে আক্ৰাছু-১৮ দল-সংগঠনৰ বৈঠক।

আক্ৰাছু আৰু ১৮ দল-সংগঠনৰ বৈঠকৰ পূৰ্বেই পদত্যাগ কৰিব গোকুল বৰ্মনে।