পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ

75

কাছাৰৰ কালাইনত চাঞ্চল্যকৰ হত্যাকাণ্ড।

পৰকীয়া প্ৰেমৰ সন্দেহত পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ।

চোকা অস্ত্ৰৰে হানি-খুঁচি হত্যা স্বামীক।

সজল সিনহা নামৰ লোকজনক হত্যা পত্নীৰ।

স্বামী সজল সিনহাৰ ঘৰ কৰিমগঞ্জ জিলাত।

হত্যাকাৰী পত্নী সুৰ্বণা সিনহাক গ্ৰেপ্তাৰ আৰক্ষীৰ।

ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত।