পঞ্চভূতত বিলিন হ’ল লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ নশ্বৰ দেহ

99

পঞ্চভূতত বিলিন হ’ল লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ নশ্বৰ দেহ ।

ডিব্ৰুগড় সঞ্জীবনি নাৰ্চিং হোমৰ পৰা তিনিচুকীয়াৰ লাইপুলি মৰাণকাৰী গাঁৱৰ বাসগৃহত উপস্থিত হোৱাৰ পিছতে লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈৰ নশ্বৰ দেহ সামাজিক ৰীতি নীতিৰে নিজা বাসগৃহত শেষকৃত্য সম্পন্ন কৰে ।

ইফালে পুৱাই পুত্ৰ লুৰিণজ্যোতি গগৈয়েও গুৱাহাটীৰ পৰা স্বগৃহত উপস্থিত হোৱাৰ পিছতে সৃষ্টি হয় শুকাকূল পৰিবেশ ।

যোৱা নিশা ডিব্ৰুগড়স্থিত সঞ্জীৱনীত ১০.৪৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰিছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃ দুলু গগৈয়ে৷

দুলু গগৈৰ মুত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ৷