নৃশংস হত্যাকাণ্ডৰ সাক্ষী গুৱাহাটী মহানগৰ

125

🔴নৃশংস হত্যাকাণ্ডৰ সাক্ষী গুৱাহাটী মহানগৰ
🛑 পৰকীয়া প্ৰেম, সম্পত্তিৰ লালসাত স্বামী আৰু শাহুক নৃশংসভাৱে হত্যা বোৱাৰীয়েক বন্দনা কলিতাৰ
🛑 হত্যা কৰি তিনিদিন ফ্ৰীজত লুকুৱাই ৰাখিলে মৃতদেহৰ খণ্ডিত টুকুৰা
🛑 পলিথিনৰ বেগত ভৰাই মৃতদেহৰ টুকুৰা পেলাই দিলে মেঘালয়ৰ ডাউকিত
🛑 হত্যাকাণ্ডৰ পাছত সত্যনাৰায়ণ পূজা পাতিছিল বন্দনাই