ঝাৰখণ্ডৰ সাহিবগঞ্জত ৰুবিকা পাহাদী নামৰ এগৰাকী ২২ বছৰীয়া যুৱতীক ১৮ টুকুৰা কৰি কাটি পেলোৱাৰ লগতে আৰক্ষীয়ে উদ্ধাৰ কৰিছে শৰীৰৰ ১২টা অংগ।
স্বামী দিলদাৰ আনছাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
আৰক্ষীয়ে জনোৱা মতে, ৰুবিকা পাহাড়ী আনছাৰীৰ দ্বিতীয় পত্নী আৰু এইটোৱেই তেওঁলোকৰ ব্যক্তিগত বিবাদৰ কাৰণ।
আৰক্ষীয়ে লগতে কয় যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।