নুমলীগড়ত লক্ষ্মী পূজাৰ দিনাই বন্যহস্তীৰ জাকে ভাঙি তহিলং কৰিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ

190

নুমলীগড়ত লক্ষ্মী পূজাৰ দিনাই বন্যহস্তীৰ জাকে ভাঙি তহিলং কৰিলে কেইবাটাও পৰিয়ালৰ বাসগৃহৰ লগতে এখন সুলভ মূল্যৰ দোকান ভাঙি খাই অনিষ্ট কৰিলে বহু পৰিমাণৰ চাউল । উৰে নিশা তেলীয়া গাঁও পথাৰ আৰু ঢলাকছাৰী গাঁও পথাৰত পূৱা 6 বজালৈকে খাই গচকী তহিলং কৰে গেৰ মেলা শালি ধানৰ খেতি পথাৰ । ওৰে নিশা উজাগৰে থাকি গাঁওবাসীয়ে খেদিব লগা হৈছে বন্য হস্তী । খবৰ নাই বন বিভাগৰ লোকৰ ।পৰৱৰ্তী সময়ত লয়ক্ষণীয় বিষয় হব বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে।