নিৰ্দলীয় ভাৱে প্ৰতিদ্বন্দ্বিতা নকৰে বৃন্দাবন গোস্বামীয়ে

64

নিৰ্দলীয় ভাৱে প্ৰতিদ্বন্দ্বিতা নকৰে বৃন্দাবন গোস্বামীয়ে

মনোনয়ন প্ৰত্যাহাৰ কৰিলে বৃন্দবন গোস্বামীয়ে

অগপই নেতৃত্বক জবাবদিহি কৰিব অগপ নেতাই

টিকট বঞ্চিত হৈছিল বৃন্দাবন গোস্বামীয়ে

অগপৰ জ্যেষ্ঠ নেতাজনক টিকটৰ পৰা বঞ্চিত কৰিছিল

অগপই সমষ্টিটোত টিকট দিয়ে পৃথ্বিৰাজ ৰাভাই

ক্ষোভিত গোস্বামীৰ নিৰ্দলীয় ভাৱে প্ৰতিদ্বন্দ্বিতাৰ ঘোষণা

দাখিল কৰিছিল মনোনয়ন, দখল কৰিছিল অগপ কাৰ্যালয়

আজি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ ঘোষণা কৰে