অশান্তজৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। মঙলবাৰে কাংপকপি জিলাৰ দুটা স্থানত অভিযান চলাই এখন ড্ৰোণসহ বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হৈছে। অভিযানৰ সময়ত খাইৰাম ভাইফেই এলেকাৰ পৰা ড্ৰোণখন উদ্ধাৰ কৰাৰ বিপৰীতে কাংচুপ পনলেন এলেকাৰ পৰা উদ্ধাৰ কৰা হয় অস্ত্ৰ-শস্ত্ৰখিনি। ইয়াৰ উপৰি কাংচুপ পনলেন এলেকাৰ পৰা ১০টা চিংগল ব’ৰ বেৰেল গান, ১টা ইম্প্ৰভাইজড মৰ্টাৰ, ৯টা ইম্প্ৰভাইজড মৰ্টাৰ বেৰেল, ২০টা জেলেটিন ষ্টিক, ৩০টা ডিটনেটৰ, ১০ মিটাৰ ফিউজ, ২টা কান্ত্ৰি মেড ৰকেট, ২ কিলোগ্ৰাম লিড শ্বট, ৯৪টা ফায়াৰ কেছ, ৫ টা ৰেডিঅ’ চেটসহ বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হয়।
Latest article
টাটা এআইজি-এ ৰিটেইল(খুচুৰা) স্বাস্থ্যখণ্ডৰ সুবিধা অধিক সুলভ, চিকিৎসালয়ৰ নেটৱৰ্ক সম্প্ৰসাৰণ কৰিবলৈ মুকলি কৰিছে ‘মেডিকেয়াৰ...
টাটা এআইজি জেনেৰেল ইন্সুৰেঞ্চ কোম্পানীয়ে খুচুৰা স্বাস্থ্য পৰ্টফোলিঅ'ৰ সম্প্ৰসাৰণ আৰু সমগ্ৰ ভাৰতত স্বাস্থ্যসেৱাৰ উপলব্ধতা বৃদ্ধিৰ লক্ষ্যৰে মেডিকেয়াৰ চিলেক্ট নামৰ এক পৰৱৰ্তী প্ৰজন্মৰ স্বাস্থ্য বীমা...
অসমৰ ৰন্ধন পৰম্পৰাক পুনৰুজ্জীৱিত কৰাৰ বাবে ছানৰাইজ স্পাইচেছে আগবঢ়াইছে ‘শিপা বিচাৰি’ ছিৰিজ
আইটিচিৰ ছানৰাইজ স্পাইচেছে অসমৰ সমৃদ্ধ খাদ্যৰ ঐতিহ্য উদযাপনৰ বাবে "শিপা বিচাৰি : এ বেক টু ৰুটছ ছিৰিজ" শীৰ্ষক এক নতুন ৰন্ধন সম্পৰ্কীয় শৃংখলা মুকলি...
বিংগো!তেধেমেধেই গুৱাহাটীত বিহুৰ আমেজ আৰু সোৱাদেৰে আগবঢ়াইছে ‘জমনিৰ আড্ডা’
ৰঙালী বিহুৰ মাদকতাক উধিক জীপাল আৰু উজ্জীৱিত কৰি তোলাৰ মানসেৰে আইটিচিৰ বিংগো! তেধেমেধেই গুৱাহাটীৰ মাজমজিয়াত আৰম্ভ কৰিছে এক অনন্য অভিজ্ঞতাকেন্দ্ৰিক অনুষ্ঠান জমনিৰ আড্ডা। ১৪...