হাস্পতালৰ নিয়ম উলংঘা কৰাৰ অভিযোগত নিলম্বন কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ (জিএমচিএইচ) তিনিজন শিক্ষাৰ্থীক। জানিব পৰা মতে, শিক্ষাৰ্থী কেইজনক ৬ মাহৰ বাবে নিলম্বন কৰা হৈছে।
অৱশ্যে, চিকিৎসালয় কৰ্তৃপক্ষই শিক্ষাৰ্থীসকলৰ বিৱৰণ প্ৰকাশ কৰা নাই।
