নিস্তব্ধ হৈ পৰিল এটি কণ্ঠ!

152

নিস্তব্ধ হৈ পৰিল এটি কণ্ঠ! ISROৰ বিজ্ঞানী এন ৱালাৰমাথিৰ দেহাৱসান। চন্দ্ৰযান-৩ উৎক্ষেপণৰ কাউণ্টডাউনৰ কণ্ঠস্বৰ আছিল এন ৱালাৰমাথিৰ। ৰকেট উৎক্ষেপণৰ কাউণ্টডাউনৰ কণ্ঠস্বৰৰ বাবেও বিশেষভাৱে পৰিচিত আছিল বিজ্ঞানীগৰাকী। হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় বিজ্ঞানীগৰাকীৰ।