নিশা ১২ বজালৈ কোৰোনা ভাইৰাছত ক’ত কিমান আক্ৰান্ত-মৃত্যু, পঢ়ক সবিশেষ তথ্য…

93

ষ্টাফৰিপোৰ্টাৰ, ১ মে’ :
সময়ঃ ৩০ এপ্ৰিলৰ নিশা ১২ বজালৈ

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ৩২,৭৫,৪৭৫

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ২৩১,৫৭৬

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ আমেৰিকাত ৬২,৫৩৫

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত ১০,৭৮,৪৭৬

কেইখনমান দেশত কোৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ তথ্য-

আমেৰিকাঃ ৬২,৫৩৫ জন।
স্পেইনঃ ২৪,৫৪৩ জন।
ইটালীঃ ২৭,৯৬৭ জন।
ফ্ৰান্সঃ ২৪,০৮৭ জন।
চীনঃ ৪,৬৩৩ জন।
ইৰাণঃ ৬,০২৮ জন।
ইংলেণ্ডঃ ২৬,৭৭১ জন।
বাংলাদেশঃ ১৬৮ জন।
পাকিস্তানঃ ৩৫৮ জন।
নেপালঃ ০ জন।
ৰাছিয়াঃ ১০৭৩ জন।
গ্ৰীচঃ ১৪০ জন।
জাপানঃ ৪২৫ জন।
ভাৰতঃ ১১৫৪ জন।
ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ৩৪,৮৬৩ জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ ১১৫৪ জন।

ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা–

অসমঃ ৪২
মহাৰাষ্ট্ৰঃ ১০,৪৯৮
তামিলনাডুঃ ২,৩২৩
দিল্লীঃ ৩,৫১৫
তেলেংগানাঃ ১০৩৮
ৰাজস্থানঃ ২,৫৮২
উত্তৰপ্ৰদেশঃ ২,২১১
কেৰালাঃ ৪৯৮
অন্ধ্ৰপ্ৰদেশঃ ১,৪০৩
মধ্যপ্ৰদেশঃ ২,৬২৫
গুজৰাটঃ ৪,৩৯৫
কৰ্ণাটকঃ ৫৬৫
হাৰিয়ানাঃ ৩৩৯
জম্মু-কাশ্মীৰঃ ৬১৪
পঞ্জাৱঃ ৪৮০
পশ্চিমবংগঃ ৭৫৮
বিহাৰঃ ৪২৫
উত্তৰাখণ্ডঃ ৫৭
চণ্ডীগড়ঃ ৭৪
লাডাখঃ ২২
আন্দামান আৰু নিকোবৰঃ ৩৩
চত্তীশগড়ঃ ৪০
ঝাৰখণ্ডঃ ১১০
মণিপুৰঃ ২
অৰুণাচল প্ৰদেশঃ ১
মিজোৰামঃ ১
মেঘালয়ঃ ১২