নিলম্বিত ACS বিষয়া বাৰ্বী হাজৰিকাৰ চাকৰি বাহালৰ সিদ্ধান্ত চৰকাৰৰ

86

নিলম্বিত ACS বিষয়া বাৰ্বী হাজৰিকাৰ চাকৰি বাহালৰ সিদ্ধান্ত চৰকাৰৰ ।

বিদেশী প্ৰতিনিধি দলক দুৰ্ব্যৱহাৰ কৰি নিলম্বিত হৈছিল বাৰ্বী হাজৰিকা।

কৰিমগঞ্জৰ সহকাৰী আয়ুক্ত হিচাপে নিযুক্ত বাৰ্বী হাজৰিকাক।

ইতিমধ্যে পদত্যাগ পত্ৰ দাখিল কৰিছে বাৰ্বী হাজৰিকাই ।

পদত্যাগ পত্ৰ গ্ৰহণৰ পূৰ্বে বাৰ্বী হাজৰিকাৰ নিলম্বন প্ৰত্যাহাৰ ।