গুৱাহাটী, শ্বিলং, শিলিগুৰি, নতুন দিল্লী : প্ৰথম বাৰৰ বাবে নিছান ইণ্ডিয়াৰ বি-এছ ইউ ভি কনচেপ্ট বিশ্ববাসীৰ বাবে ১৬ জুলাইত প্ৰদৰ্শন কৰা হ’ব। নিছান ইণ্ডিয়াৰ গ্লোবেল মুক্ষ কাৰ্যলয়ত এই ধাৰণা প্ৰদৰ্শন কৰা হ’ব। বি-এছ ইউ ভিৰ মূল ধাৰণা ২০২০-২১ বিত্তীয় বৰ্ষৰ দ্বিতীয় ভাগত কৰা হ’ব। নিছানৰ নতুন এছ ইউ ভিত অত্যাধুনিক প্ৰযুক্তি সংযুক্ত কৰা হৈছে। যাৰ জৰিয়তে গ্ৰাহক সকল উপকৃত হ’ব পাৰিব। লগতে বহু উন্নত প্ৰযুক্তি সন্নিবিষ্ট কৰা এছ ইউ ভিৰ জৰিয়তে যাত্ৰাপথত ভ্ৰমণ কৰি অতি মাত্ৰা আনন্দ লাভ কৰিব পৰা যাব।
Latest article
ভাৰতত মুকলি হ’ল ৰেডমি এ৫: এণ্ট্ৰি লেভেল স্মাৰ্টফোনৰ পট পৰিৱৰ্তক
জিয়াওমি ইণ্ডিয়াই মুকলি কৰিলে বহু প্ৰত্যাশিত ৰেডমি এ৫, এণ্ট্ৰি-লেভেল স্মাৰ্টফোন শাখাত এক নতুন মানদণ্ড স্থাপন কৰিছে। ১২০ হাৰ্জ হাই-ৰিফ্ৰেছ-ৰেট ডিচপ্লে, ৩২ মেগাপিক্সেল এআই ডুৱেল...
ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগৰ দ্বিতীয় ছিজনৰ বাবে মুকলি হ’ল ৰাইডাৰৰ পঞ্জীয়ন
ভাৰতৰ প্ৰিমিয়াৰ ফ্ৰেঞ্চাইজি ভিত্তিক ছুপাৰক্ৰছ প্লেটফৰ্ম ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ(আইএছআৰএল)-এ অধিক বৃহত্ আৰু অধিক ৰোমাঞ্চকৰ ছিজন ২ৰ বাবে সাজু হৈছে। ২০২৫ৰ ২৪ এপ্ৰিলত ৰাইডাৰ...
আজিৰে পৰা আৰম্ভ মৰাণ জনগোষ্ঠীৰ বহাগ বিহু
আজিৰে পৰা আৰম্ভ মৰাণ জনগোষ্ঠীৰ ব'হাগ বিহু। ব'হাগ মাহৰ প্ৰথম সপ্তাহৰ প্ৰথম মঙলবাৰে উৰুকা। বুধবাৰে মৰাণসকলে পালন কৰে গৰু বিহু। বৃহস্পতিবাৰে অৰ্থাৎ কাইলৈ মৰাণ...