নাৰায়ণপুৰত ATMত চুৰি! লুটি লৈ গ’ল ১৩ লক্ষাধিক টকা

156

নাৰায়ণপুৰৰ ভোগপুৰত নিশা চাঞ্চল্যকৰ চুৰিকাণ্ড।

এছবিআইৰ এটিএমৰ দুৱাৰ কাটি চোৰে লুটি লৈ গ’ল ধন।

এটিএমটোৰ পৰা প্ৰায় ১৩ লক্ষাধিক টকা চুৰি হোৱাৰ সন্দেহ কৰা হৈছে।

বৃহস্পতিবাৰে মাজ নিশা সংঘটিত হয় এই চুৰিকাণ্ড।

পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে এটিএমটোৰ দুৱাৰ কটা অৱস্থাত।

ঘটনাস্থলীত আৰক্ষী আৰু প্ৰশাসনৰ লোক উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।

অৱশ্যে এতিয়াও চোৰৰ কোনো সম্ভেদ লাভ কৰা নাই আৰক্ষীয়ে।