নাৰায়নপুৰ বৰদেউৰীত ভয়ঙ্কৰ অগ্নিকাণ্ড

64

 লখিমপুৰ জিলাৰ নাৰায়নপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰদেউৰী গাৱঁত আজি দুপৰীয়া প্ৰায় ১২ মান বজাত এক বিধংশী অগ্নিকাণ্ডত নিমিষতে তিনিটাকৈ পৰিয়ালৰ বাসগৃহ জুইত ছাই হৈ যায় । জানিব পৰা মতে গাওঁ খনৰ মাজৰ চুবাৰ একেলগে থকা ৰামপ্ৰসাদ দেউৰী , পাহাৰীয়া দেউৰী আৰু আঙ্গামিন দেউৰীৰ ঘৰ জুইত জাহ যায় । উল্লেখযোগ্য যে ইমানেই ত্যক্ষনাৎ জলিছিল অগ্নি নিৰ্বাপক বাহিনীয়ে লগে লগে পাইছিল যদিও অবশিষ্ট খিনীহে নোমোৱাবলৈ সক্ষম হয় ।