নাৰায়ণপুৰত ভয়ংকৰ ঘটনা

76

নাৰায়ণপুৰৰ কচুৱা মাজগাঁৱত ভয়ংকৰ ঘটনা। প্ৰায় ১৮কেজি ওজনৰ এটা বৰকাছ কাটি ভাগ কৰি থাকোতেই উপস্থিত হ’ল ধলপুৰ আৰক্ষী আৰু হাৰমতী আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ এটা দল। ঘটনা সন্দৰ্ভত কৃষ্ণকান্ত দাস নামৰ এজন যুৱকক মাংসসহ আটক আৰক্ষীৰ৷ আনহাতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে লক্ষী দাস নামৰ আন এজন যুৱকে।