নাম সালসলনিক লৈ জ্বলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত

122

পঞ্চায়তৰ সীমা নিৰ্ধাৰণ আৰু নাম সালনিক লৈ জ্বলিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত । এইবাৰ ৰঙিয়াৰ জয়ন্তীপুৰত ৰাইজৰ উত্তাল প্ৰতিবাদ । হাতে হাতে প্লে-কাৰ্ড লৈ চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা ৰাইজৰ । চৰকাৰৰ হঠকাৰী সিদ্ধান্তত জাঙুৰ খাই উঠিল পঞ্চায়তখনৰ পুৰুষ-মহিলাসকল । চৰকাৰ বিৰোধী শ্লোগানেৰে ৰাইজে ঘেৰাও কৰে জয়ন্তীপুৰ গাঁও পঞ্চায়তৰ কাৰ্য্যলয় । কাৰ্য্যলয়ৰ ভিতৰত কৰ্মচাৰীসকলৰ প্ৰৱেশত বাধা প্ৰদান ৰাইজৰ