নাজিৰাত ভয়ংকৰ পথ দুৰ্ঘটনা ।নাজিৰাৰ লখিমী আলিত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ।কথমপি প্ৰাণ ৰক্ষা পৰে চালক ৱাচিম আয়ান। জানিব পৰা মতে চালক ৱাচিমৰ ঘৰ নাজিৰাৰ মেকিপুৰত । নাজিৰা কংগ্ৰেছ ভৱনৰ সমিপৱৰ্তী City ধাবাৰ সন্মুখত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো । নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত থকা বিদ্যুৎতৰ খুটাত খুন্দা মাৰে চালকৰ ৱাচিমে! দুৰ্ঘটনাত পতিত … Continue reading নাজিৰাত ভয়ংকৰ পথ দুৰ্ঘটনা
Copy and paste this URL into your WordPress site to embed
Copy and paste this code into your site to embed