নলবাৰীত ভয়ংকৰ ঘটনা

151

নলবাৰীৰ ককয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড।

স্বামীৰ বিৰুদ্ধে পত্নীক হত্যা কৰাৰ অভিযোগ।

নৱনীতা দাস নামৰ মহিলাগৰাকীক হত্যাৰ অভিযোগ।

ঘটনা সন্দৰ্ভত স্বামী হীৰক নাথক আটক বেলশৰ আৰক্ষীৰ।

যৌতুকৰ বাবেই নৱনীতা দাসক হত্যা কৰাৰ অভিযোগ।

নৱনীতাৰ পৰিয়ালক হীৰক নাথে হাৰাশাস্তি কৰাৰো অভিযোগ।