নতুন দিল্লীৰ ৰে’লৱে ষ্টেচনত পদপিষ্ট দৰে ঘটনা সংঘটিত হয় । এই ঘটনাত ১৫ জন লোক নিহত হোৱাৰ বুলি খবৰ লাভ কৰা গৈছে ।

নিহতসকলৰ ভিতৰত আছে ১০ গৰাকী মহিলা, ৩ টা শিশু আৰু ২ জন পুৰুষ।শনিবাৰে নিশা প্ৰায় ৯:৫৫ বজাত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা।

ষ্টেচনটোত যাত্ৰীয়ে এনেদৰে ভিৰ কৰিছিল যে, পদপিষ্ট দৰে ঘটনা সংঘটিত হয় ।নিহতসকলৰ ভিতৰত আছে ১০ গৰাকী মহিলা, ৩ টা শিশু আৰু ২ জন পুৰুষ।

লগতে কেইবাজনো লোক আহত হয়। নিহতসকলৰ ভিতৰত আছে ১০ গৰাকী মহিলা, ৩ টা শিশু আৰু ২ জন পুৰুষ।

লগতে কেইবাজনো লোক আহত হয়।