নগাঁৱৰ ৰাইডঙীয়াৰ বড়ি বজাৰত অগ্নিকাণ্ড।
বি জে ইলেক্ট্ৰনিক প্ৰতিষ্ঠানখনত লাগিল জুই।
অগ্নিকাণ্ডত ভস্মীভূত ৫ লক্ষাধিক টকাৰ সা-সামগ্ৰী।
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত।
কথমপি ৰক্ষা পৰে ষ্টেট বেংকৰ এটা শাখা, আন ৪খন দোকান।
অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নির্বাপণ কৰে জুই।