নগাঁৱৰ ধিং গেটত উত্তপ্ত পৰিস্থিতি

76

নগাঁৱৰ ধিং গেইটত নিশা উত্তপ্ত পৰিস্থিতি।

নগাঁৱৰ পৰা উজনিলৈ শ্ৰমিক কঢ়িয়াই নিয়া বাহনক বাধা প্ৰদান অসম সংখ্যালঘূ সংগ্ৰাম পৰিষদৰ।

বাছৰ পৰা নমাই ৰাখিলে মিঞা শ্ৰমিকক।

AS 01 KC 5487 নম্বৰৰ বাছেৰে নগাঁৱৰ ধিং অঞ্চলৰ পৰা মিঞা শ্ৰমিকক ইটা ভাটাৰ মালিকে লৈ গৈ আছিল উজনি অসমলৈ।

মিঞা শ্ৰমিকক নিৰাপত্তা নিদিলে যাবলৈ নিদিয়ে উজনিলৈ।