ষ্টাফৰিপৰ্টাৰ, নগাঁৱৰ আমলখি চাহ বাগিচাত মঙল বাৰে চাহ শ্ৰমিকসকলৰ বাবে পকী ঘৰৰ নিৰ্মাণকাৰ্যৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় “চাহ জনগোষ্ঠীয় ছাত্র-ছাত্ৰীসকলৰ সৱলীকৰণৰ পৰা শ্ৰমিকসকলৰ সৱলীকৰণলৈ- অসমৰ সৰ্বাংগীণ উন্নয়নৰ যাত্ৰাত আমি চাহ জনগোষ্ঠীয় সমাজখনক শক্তিশালী ৰূপত অংশীদাৰ কৰি আগবাঢ়ি গৈ আছোঁ।এই পদক্ষেপৰ জৰিয়তে বিভিন্ন চাহ বাগিচাৰ ভাতৃ-ভগ্নীসকল উপকৃত হ’ব।”