নগাঁৱত বানৰ ভয়ংকৰ ৰূপ

85

নগাঁৱত কপিলী নৈৰ বাঢ়নী পানীয়ে চিঙিলে মথাউৰি।

ভগ্ন মথাউৰিৰে হোৰাহোৰে সোমাইছে পানী,৩৯খন বিদ্যালয় বন্ধ ঘোষণা।

বানে মথাউৰি চিঙি নিয়াৰ ফলত কামপুৰৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হোৱাৰ আশংকা কৰা হৈছেম

কামপুৰৰ বকুলগুৰিটো বানে ছিঙিলে কৃষিবান্ধ।

কামপুৰৰ বানপীড়িত অঞ্চলৰ বিদ্যালয় বন্ধ ঘোষণা কৰা হৈছে।