নগাঁৱত বাংগালুৰু আৰক্ষীৰ অভিযান৷ আৰক্ষীৰ জালত প্ৰদীপ মণ্ডল নামৰ এটা দুধৰ্ষ চোৰ৷ বাংগালুৰুৰ পৰা আধাকেজি সোণ চুৰি কৰিছিল প্ৰদীপে৷ লাওখোৱা ৰোডৰ পৰা প্ৰদীপ মণ্ডলক গ্ৰেপ্তাৰ বাংগালুৰু আৰক্ষীৰ৷ নগাঁও আৰক্ষীৰ সহযোগত অভিযান চলাইছিল বাংগালুৰু আৰক্ষীয়ে৷
Latest article
এইচ পি-এ ভাৰতত মুকলি কৰিলে পৰৱৰ্তী প্ৰজন্মৰ এআই পিচিৰ আটাইতকৈ শক্তিশালী আৰু বিস্তৃত সূচী
এইচ পি-এ ভাৰতৰ আটাইতকৈ শক্তিশালী আৰু বিস্তৃত পি চি নেক্সট জেন এআই পিচি মুকলি কৰিছে। নতুন এইচপি এলিটবুক, এইচপি প্ৰ'বুক আৰু এইচপি অমনিবুক ছিৰিজসমূহ...
পুনৰ বাংলাদেশী অনুপ্ৰৱেশকাৰীক আটক
বি এছ এফৰ চকুত ধুলি দি ভাৰতলৈ অবৈধ বাংলাদেশীৰ অনুপ্ৰবেশ অব্যাহত আছে। এইদৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা ছয় গৰাকী বাংলাদেশী নাগৰিকক আটক কৰে শ্ৰীভূমি...
৪০০ তম টি-২০ খেলিলে মহেন্দ্ৰ সিং ধোনীয়ে
এম এ চিদাম্বৰম ষ্টেডিয়ামত শুকুৰবাৰে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে চেন্নাই চুপাৰ কিংছৰ খেলৰ সময়ত মহেন্দ্ৰ সিং ধোনীয়ে ৪০০ তম টি-২০খেলাৰ গৌৰৱ অৰ্জন কৰে। তেওঁৰ সুন্দৰ...