নগাঁও হয়বৰগাঁও আৰক্ষীৰ অভিযান

84

নগাঁও হয়বৰগাঁও আৰক্ষীৰ অভিযান।

মাৰাণাস্ত্ৰসহ ধৃত তিনিজন।

নগাঁও হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আনন্দ মেধিৰ নেতৃত্বত যোৱা দলটোৱে গোপন সূত্ৰৰ পমখেদি ভকত গাঁৱত অভিযান চলাই।

অভিযানত কালত 7.65 mm এটা পিষ্টল সহ চাৰিটা সজীৱ গুলি উদ্ধাৰ কৰে।

লগতে পিষ্টল সৰবৰাহকাৰী মুকুট ,আবু ছাহিদ আৰু ছিদ্দিক আলিক আটক কৰিবলৈ সক্ষম হয়।

হীৰা নামৰ এজন বৰ্তমান পলাতক ।