নগাঁও এনকাউণ্টাৰত জড়িত আৰক্ষীক ৰিজাৰ্ভ ক্ল’জ

77

নগাঁও এনকাউণ্টাৰৰ ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। নিশা কীৰ্তিকমল বৰা নামৰ এজন ছাত্ৰনেতাক বিনা দোষত গুলিবিদ্ধ কৰা ঘটনাৰ উচিত তদন্ত দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰিছে নগাঁও চহৰত।

তাৰ মাজতে আৰক্ষীয়ে নিজৰ ভুল ঢাকিবলৈ এতিয়া তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে। ঘটনাত জড়িত আৰক্ষী জোৱানক ৰিজাৰ্ভ ক্ল’জ কৰি দায়িত্ব সামৰাৰ প্ৰয়াস আৰক্ষীৰ

অসম আৰক্ষীয়ে এক নিৰ্দেশনা জাৰি কৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ঘটনাত জড়িত আৰক্ষীক ৰিজাৰ্ভ ক্ল’জ কৰে। ঘটনাৰ আয়ুক্ত পৰ্যায়ৰ তদন্তৰ বাবে চৰকাৰক আহ্বান অসম আৰক্ষীৰ। দোষী আৰক্ষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান।