🔹ধুবুৰীৰ গৌৰীপুৰত পুৱতিনিশা ভয়ংকৰ পথ দুৰ্ঘটনা।
🔹নিহত এগৰাকী যুৱতীসহ তিনিজন যুৱক।
🔹 নিহত বাহনখনৰ চালক ছাহিল আহমেদ, সাহিদ খন্দকাৰ আৰু নুৰ আমিন।
🔹এতিয়ালৈ উদ্ধাৰ হোৱা নাই যুৱতীগৰাকীৰ পৰিচয়।